assamesebooks

সাউদৰ পুতেকে নাও মেলি যায়

In উপন্যাস on 15 নবেম্বৰ, 2011 at 2:44 সন্ধ্যা

অসমীয়া সাহিত্যৰ এক নতুন যুগস্ৰষ্টা হোমেন বৰগোহাঞিৰ উপন্যাস সাউদৰ পুতেকে নাও মেলি যায় অসমীয়া উপন্যসৰ এক জনপ্ৰিয় নাম। অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম সংস্কৰণ প্ৰকাশ পাইছিল ১৯৮৭ চনত । দ্বিত্বীয় সংস্কৰণ প্ৰকাশ কৰিছিল ষ্টুডেণ্টচ্‌ ষ্ট’ৰচে আগষ্ট, ১৯৮৯চনত । দ্বিতীয় প্ৰকাশৰ মূল্য আছিল ২০.০০টকা মাত্ৰ । বাপুকণ নামৰ এক কিশোৰৰ মানসিক যাত্ৰা, উত্তৰণ, সংঘাত, আৰু দৰ্শনৰ এক ব্যতিক্ৰমী উপন্যাস সাউদৰ পুতেকে নাও মেলি যায় । প্ৰচ্ছদ শ্ৰী পূৰ্ণেন্দু পত্ৰীৰ । সাহিত্য ৰসিকৰ বাবে এক অৱশ্য পঠনীয় অসমীয়া কিতাপ ।

মন্তব্য দিয়ক